Share to: share facebook share twitter share wa share telegram print page

 

অজয় ঘটক

ড০ অজয় ঘটক

জন্ম ১৯৩৯
লক্ষ্ণৌ
বাসস্থান নতুন দিল্লী
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰত
ক্ষেত্ৰ পদাৰ্থবিজ্ঞান
কৰ্মস্থান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
কৰ্ণেল বিশ্ববিদ্যালয়
শৈক্ষিক পৰামৰ্শদাতা হাঁছ বেথে, মাৰ্ক নেলকিন
উল্লেখযোগ্য বিদ্যাৰ্থী কে ত্যাগৰঞ্জন, আৰ কে বৰ্ছনে,বি পি পাল, অনুৰাগ শৰ্মা, আই চি গোয়াল, জি পি আগৰৱাল
জনা যায় ফট'নিকছ আৰু ফাইবাৰ অপটিকছৰ ওপৰত গৱেষণা আৰু ভাৰতবৰ্ষৰ শিক্ষা
উল্লেখনীয় বঁটা এছ এছ ভাটনাগৰ বঁটা (ভাৰতবৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ বঁটা), অ এছ এ ফেল', Fellow National Academy of Sciences India, OSA Esther Hoffman Beller Award, ICO Galileo Galilei Award, SPIE educator award

অজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ স্নাতক মহলাৰ বাবে ৰচনা কৰা পুথি Optics চীনা আৰু পাৰ্ছী ভাষালৈ অনূদিত হোৱাৰ লগতে ম’নগ্ৰাফ Inhomogeneous Optical Waveguides ( অধ্যাপক ছধাৰ সৈতে সহলিখন) চীনা আৰু ৰাছিয়ান ভাষালৈ অনূদিত হৈছে[1]। ১৯৯৫ চনত তেওঁ পোহৰ বিজ্ঞানৰ শিক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকাৰ অপ্টিকেল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছিল[2]। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ব্ৰুখাৱেন নেশ্বনেল লেব’ৰেটৰীত কিছুদিন গৱেষণাৰ সহায়ক হিচাপে কাম কৰাৰ পাছত তেওঁ ১৯৬৬ চনত দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে[2] আৰু ২০০৭ চনত তাৰ পৰাই পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে[3]। বৰ্তমান তেওঁ বিভিন্ন গ্ৰন্থ আদি ৰচনা কৰাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত অতিথি অধ্যাপক হিচাপে শ্ৰেণীকোঠাত যোগদান কৰে[4][5]

নিৰ্বাচিত বঁটা আৰু সন্মান

  • SPIEৰ Educator Award (২০০৮): "পোহৰ বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে"[6]
  • Optical Society of Americaৰ ২০০৩ চনৰ Esther Hoffman Beller Medal: "পোহৰ বিজ্ঞান আৰু আভিযান্ত্ৰিকৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে"[7]

নিৰ্বাচিত প্ৰকাশন[10]

  • Ghatak, Ajoy (2010), Einstein And The Special Theory Of Relativity, ISBN 81-309-1478-6 
  • Thyagarajan, K.; Ghatak, Ajoy (2010), Lasers: Fundamentals And Applications (2nd সম্পাদনা), ISBN 1-4419-6441-X 
  • Lakshminarayanan, Vasudevan; Ghatak, Ajoy; Thyagarajan, K. (2001), Lagrangian Optics, ISBN 0-7923-7582-3 
  • Ghatak, Ajoy; Thyagarajan, K. (1998), An Introduction To Fiber Optics, ISBN 0-521-57785-3 
  • Eliezer, Shalom; Ghatak, Ajoy; Hora, Heinrich (1986), Fundamentals Of Equations Of State, ISBN 981-02-4833-4 
  • Ghatak, Ajoy; Lokanathan, S. (1984), Quantum Mechanics: Theory And Applications, ISBN 9781403923417 
  • Ghatak, Ajoy; Sodha, M. S. (1977), Inhomogeneous Optical Waveguides, ISBN 0-306-30916-5 

তথ্য সূত্ৰ

  1. Miranda House events, http://www.mirandahouse.ac.in/DSKC/ALOP_ASIA_2006_REPORT.pdf, আহৰণ কৰা হৈছে: 8 November 2010 
  2. 2.0 2.1 Ajoy Ghatak biography, International Commission for Optics, archived from the original on 13 July 2010, https://web.archive.org/web/20100713025201/http://www.ico-optics.org/ico_jan99.html, আহৰণ কৰা হৈছে: 7 November 2010 
  3. IIT Kharagpur's biography on Ajoy Ghatak, Indian Institute of Technology, archived from the original on 2 March 2011, https://web.archive.org/web/20110302102415/http://www.phy.iitkgp.ernet.in/ptaccd2/Speakers_Biodata/AKGhatak_Bio.pdf, আহৰণ কৰা হৈছে: 8 November 2010 
  4. BESU Events 2010, archived from the original on 18 November 2010, https://web.archive.org/web/20101118003159/http://www.becs.ac.in/events-2010.html, আহৰণ কৰা হৈছে: 8 November 2010 
  5. SPIE Events, archived from the original on 20 July 2010, https://web.archive.org/web/20100720005617/http://spiedcechapter.dce.edu/archive/news18.php, আহৰণ কৰা হৈছে: 8 November 2010 
  6. SPIE Educator Award, http://spie.org/x3069.xml, আহৰণ কৰা হৈছে: 8 November 2010 
  7. OSA's Esther Hoffman Beller Medal, http://www.osa.org/Awards_and_Grants/Awards/Award_Description/estherbeller/default.aspx, আহৰণ কৰা হৈছে: 8 November 2010 
  8. ICO Galileo Galilei Award, archived from the original on 9 July 2011, https://web.archive.org/web/20110709212802/http://www.ico-optics.org/awards.html#galileo, আহৰণ কৰা হৈছে: 8 November 2010 
  9. S. S. Bhatnagar award for Physical Sciences, http://www.csir.res.in/external/heads/career/award/BPRIZE/Physical_SCIENCES.htm, আহৰণ কৰা হৈছে: 8 November 2010 
  10. The full list of publications can be found here Archived 2012-06-14 at the Wayback Machine (accessed 8 November 2010)

বাহ্যিক সংযোগ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya