Share to: share facebook share twitter share wa share telegram print page

 

আখৈ


আখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত চৌকাত এটা কেৰাহীত শুকান বালিবোৰ তপতোৱা হয়। এনেদৰে তপতাই থাকোঁতে তাৰ ওপৰত ধানবোৰ ৰখা হয়। সৰু সৌতা এটাৰে ধানবোৰ লৰাই থাকোঁতে সেইবোৰ ফাটি 'ফট' 'ফট' শব্দ কৰি আখৈ প্ৰস্তুত হয়। সেইবোৰ কেৰাহীৰ পৰা তুলি এখন কুলাত ৰখা হয়। কুলাৰে সেইবোৰ জাৰি পৰিষ্কাৰ কৰি আখৈ উলিয়াই লোৱা হয়।মৃগেন শৰ্মাই লিখিছে-"অসমীয়া সমাজত বিয়া অনুষ্ঠানত আখৈৰ ভূমিকা আছে৷ এই পৰ্বৰ নাম 'আখৈ তোলা'৷"

লগতে চাওক

তথ্য সংগ্ৰহ

Information related to আখৈ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya