Share to: share facebook share twitter share wa share telegram print page

 

আদম

আদম
আলাইহিছ-ছালাম
 ( عليه السلام )

আদম নামটো ইছলামী লিপিবিদ্যাত লিখা
স্থানীয় নাম আদম - آدم
জনা যায় প্ৰথম মানুহ
দাম্পত্যসঙ্গী হাওআ - حواء
সন্তান কোৰআনৰ মতে হাবিল আৰু কাবিল - هابيل ,قابيل


আদম ( আৰবী: آدم) আব্ৰাহামিক ধৰ্মত আদমক প্ৰথম মানৱ হিচাপে বিশ্বাস কৰা দেখা যায়। কোৰআনত বৰ্ণিত ইছলাম ধৰ্মৰ মতে আদম(আঃ) প্ৰথম মানুহ, প্ৰথম পয়গম্বৰ বা নবী। তেওঁৰ বুকুৰ এটা হাঁড়ৰ পৰা তেওঁৰ স্ত্ৰী হওআক "মানৱজাতিৰ মা" হিচাপে সৃষ্টি কৰা হৈছে বুলি ইছলাম ধৰ্মাৱলম্বী সকলে বিশ্বাস কৰে।[1]

সৃষ্টি

উপাধি

লগতে চাওক

তথ্যসূত্ৰ

  1. ইছলাম আৰু ইহুদীধৰ্মৰ নবী ঐতিহাসিক অভিধানত, পশ্চাদভাগ, আদম আৰু ইভ

Information related to আদম

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya