Share to: share facebook share twitter share wa share telegram print page

 

বাৰ ওঠৰ

বাৰ ওঠৰ

বেটুপাত (সপ্তম সংখ্যা - ডিচেম্বৰ - ২০১৯)
সম্পাদক কুন্তল মণি শৰ্মা বৰদলৈ

(সম্পাদক)

ডা° জয়ন্ত বিশ্ব শৰ্মা (মুখ্য সম্পাদক)

হৰেকৃষ্ণ ভূঞা (ভাষা সম্পাদক)

দিপাংকৰ কলিতা

(সহকাৰী সম্পাদক)
প্ৰকাৰ মাহেকীয়া আলোচনী
প্ৰকাশক সৰস্বতী প্ৰকাশন, যশোৱন্ত ৰোড, ৰাধাময়ী বিল্ডিং, পানবজাৰ, গুৱাহাটী-১
দেশ ভাৰত
ভাষা অসমীয়া
ৱেবচাইট www.1218.in ফেইচবুক

বাৰ ওঠৰ (১২১৮) (ইংৰাজী: Bara Othara‌‌‌) হ’ল এখন কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী। এই আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা আছিল হোমেন বৰগোহাঞি

‘বাৰ ওঠৰ’ৰ বিভিন্ন শিতানসমূহ

  1. মুখ্য সম্পাদকৰ ইংলেণ্ডৰ চিঠি
  2. ধাৰাবাহিক অনুবাদ উপন্যাস
  3. ধাৰাবাহিক উপন্যাস
  4. প্ৰাচীন সাহিত্য
  5. ইতিহাসৰ অলিন্দ
  6. জনজাতীয় সাধু
  7. বিদেশী সাধু
  8. অভিযাত্ৰী
  9. মহৎ লোক
  10. স্মৰণ
  11. স্বাস্থ্য
  12. সভ্যতাৰ উত্তৰণ
  13. অৰ্থনীতি
  14. ছবি চাই কথা
  15. অনুবাদ গল্প
  16. কাব্য কানন
  17. অভীৰুচী
  18. পুৰাবৃত্ত
  19. চিঠি পালোঁ পঢ়ি চালোঁ
  20. নেদেখা দেশৰ নজনা কথা
  21. গণিত
  22. গণিতজ্ঞ
  23. বিচিত্ৰা
  24. আইন আৰু ন্যায়
  25. মনো দিগন্ত
  26. ভাষাৰ ৰসাল কথা
  27. জিজ্ঞাসা
  28. কিমান যে নজনা কথা
  29. কুইজ
  30. ঘৰৰ কাম
  31. ঘৰৰ কাম উত্তৰ
  32. লৰিয়লিৰ ডাক
  33. মহাকাশ
  34. সাময়িকী
  35. শেষ কথা
  36. চুটিগল্প - ২

‘বাৰ ওঠৰ’ত প্ৰকাশিত উপন্যাসসমূহ

উপন্যাসৰ নাম অনুবাদক মূল লেখক/লেখিকা
প্ৰবাল দ্বীপ
বকুল ফুলৰ দৰে ড॰ মৃণাল কলিতা
বন্যতাৰ ৰিং অভিজিত শৰ্মা বৰুৱা জেক্‌ লণ্ডন
বিজয়ী ৰবাৰ অভিজিত শৰ্মা বৰুৱা জুল ভাৰ্ণ (Jules Varne)
বিদায়, মিষ্টাৰ চিপচ্‌ ৰাজেন্দ্ৰ শৰ্মা
মাতৃভূমি সন্তোষ কুমাৰ কৰ্মকাৰ
ৰিব্‌ৰিব্‌, মুনমীহঁতৰ শেষ নোহোৱা কাহিনী ড॰ মৃণাল কলিতা

বাহ্যিক সংযোজন

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya