Share to: share facebook share twitter share wa share telegram print page

 

মায়া (আলোচনী)


মায়া
মায়া
সম্পাদক অমৃতকৃষ্ণ বৰা
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক নতুন প্ৰকাশ, ডি.জি. মিউজিক ষ্টুডিঅ', সেন্দুৰী আলি, গুৱাহাটী-২৪
প্ৰতিষ্ঠাপক দেৱ বৰকটকী
প্ৰথম সংখ্যা জানুৱাৰী, ১৯৯৯
দেশ ভাৰত
ভাষা অসমীয়া


মায়া এখন অসমীয়া বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল ১৯৯৯ চনৰ জানুৱাৰী মাহত। অসমৰ শ্ৰব্য কেছেট প্ৰযোজনা তথা চলচ্চিত্ৰ, চুটিছবি নিৰ্মাতা আৰু বিতৰণ প্ৰতিষ্ঠান এন.কে. প্ৰডাকচনৰ ভগ্নী প্ৰতিষ্ঠান ‘নতুন প্ৰকাশ'ৰ[উদ্ধৃতিৰ প্ৰয়োজন] দ্বাৰা প্ৰকাশিত ‘মায়া'ৰ প্ৰথম প্ৰকাশিকা আছিল ৰাণী বৰকটকী। বৰ্তমান দেৱব্ৰত দত্তই প্ৰকাশ কৰা এই আলোচনীখন অসমৰ সংগীত শিল্পৰ লগত জড়িত পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্য সম্পাদনা আৰু ৰবচন বৰুৱাৰ সম্পাদনাত প্ৰথমে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত বিতোপন বৰাই সম্পাদকৰ দায়িত্ব বহন কৰা এই আলোচনীখনে বৰ্তমান (২০১২, মাৰ্চ) ১৩ বছৰত ভৰি দিছে। মাৰ্চ, ২০১২ সংখ্যাৰ সম্পাদক অমৃতকৃষ্ণ বৰা। গায়ক জুবিন গাৰ্গ এই আলোচনীৰ মুখ্য পৃষ্ঠপোষক।



অনলাইন সংস্কৰণ

তথ্য সংগ্ৰহ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya