Share to: share facebook share twitter share wa share telegram print page

 

সান্দহ


উখুৱা চাউল শুকানে ভাজি তাক গুড়ি কৰি তৈয়াৰ কৰা এবিধ অসমীয়া জলপান, সাধাৰণতে চেনি আৰু গাখীৰৰ সৈতে খোৱা হয়। সান্দহ হ'ল অসমীয়া লোকে আহাৰ হিচাপে গ্ৰহণ কৰা এবিধ সঘু খাদ্য, অসমীয়াৰ অন্যান্য জলপানৰ ইও অন্যতম। সান্দহ-গুড়ি বা কৰাই গুড়ি অথবা সান্দহে একেবিধকে বুজোৱা হয়।

লগতে চাওক

Information related to সান্দহ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya