Share to: share facebook share twitter share wa share telegram print page

সৰল ইংৰাজী ৱিকিপিডিয়া

Favicon of Wikipedia সৰল ইংৰাজী ৱিকিপিডিয়া
ইউ আৰ এল simple.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ইংৰাজী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

সৰল ইংৰাজী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৫৭,৮৮৩ প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৪ চনত সৰল ইংৰাজী ৱিকিপিডিয়াৰ ২,৫৭,৮৮৩টা প্ৰবন্ধ, ১৫,০৮,০০০ গৰাকী সম্পাদক, ১৬ গৰাকী প্ৰশাসক আৰু ৩৬টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৯৭,৮২,৩৫৯।[1]

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ

Kembali kehalaman sebelumnya