Share to: share facebook share twitter share wa share telegram print page

আঙুলি সঞ্চালন

এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।

আঙুলি সঞ্চালন হৈছে যৌন সুখ লাভৰ বাবে নিজৰ বা আন কাৰোবাৰ আঙুলি যোনি বা মলদ্বাৰত সুমুৱাই দি যৌন আনন্দ লাভ কৰা প্ৰক্ৰিয়া। এনে ধৰণৰ যৌন কাৰ্য্যকলাপক হস্তমৈথুন বা স্বমেহন বুলি কোৱা হ’ব যদিহে আঙুলি প্ৰৱেশকাৰীয়ে নিজৰ আঙুলিটো নিজৰ মলদ্বাৰ বা যোনিত সুমুৱাই দিয়ে।

যোনিৰ ওপৰেৰে আঙুলি লৰচৰ কৰাটোও আঙুলি সঞ্চালন হিচাপে বুলি গণ্য কৰা হয়। [1] [2]

তথ্যসূত্ৰ

  1. Carroll, Janell (২০০৯-০১-২৯) (en ভাষাত). Sexuality Now: Embracing Diversity. Cengage Learning. পৃষ্ঠা. ১১৮. ISBN 978-0-495-60274-3. https://books.google.com/books?id=5f8mQx7ULs4C&hl=bn. 
  2. O'Connell, Helen E.; Sanjeevan, Kalavampara V. (২০০৫). Anatomy of the clitoris. ১৭৪. pp. ১১৮৯–১১৯৫. ISSN 0022-5347. PMID 16145367. https://pubmed.ncbi.nlm.nih.gov/16145367/. 
Kembali kehalaman sebelumnya