আন্তৰ্জাতিক সাক্ষৰতা দিৱস |
---|
সম্পূৰ্ণ নাম |
International Literacy Day |
---|
পালন কৰে |
বিশ্বজুৰি |
---|
প্ৰকাৰ |
ৰাষ্ট্ৰসংঘ |
---|
তাৰিখ |
৮ ছেপ্টেম্বৰ |
---|
পৰৱৰ্তী তাৰিখ |
প্ৰতি বছৰৰ একে তাৰিখে |
---|
অৱধি |
১ দিন |
---|
সংঘটন |
বাৰ্ষিক |
১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে । ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল । ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা । প্ৰত্যেক বছৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ দিনা ইউনেস্কোৱে বিশ্ববাসীক সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা মনত পেলাব বিচাৰে । সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয় ।[1]
তথ্য সংগ্ৰহ
আন্তজাৰ্তিক সাক্ষৰতা
- ↑ International Literacy Day 2015