Share to: share facebook share twitter share wa share telegram print page

আহলে কিতাপ

আহলে কিতাপ বা আহলে কিতাব (আৰবী: أهل الكتاب) হৈছে সেই সকল জাতি যিসকলে মুহাম্মাদ(ছাঃ)ৰ নবুওত প্ৰাপ্তৰ আগতেই সংগঠিত হৈছে, এই জাতিৰ উপৰত প্ৰত্যাদেশ সংবলিত ধৰ্মগ্ৰন্থ অৱতীৰ্ণ হৈছিল সেয়েহেই ইহঁতক আহলে কিতাব বা কিতাপৰ মানুহ বোলে। এই জাতিসমূহ আব্ৰাহামীয় মতবাদত বিশ্বাসী। মুলত ইহুদি আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহসকলৰ ইছলামীয় দৰ্শন অণুযায়ী এই অবিধাত ভুষিত কৰা হয়। ইছলামী শ্বৰীয়ত অনুযায়ী এই জনজাতিৰ সৈতে বৈবাহিক সম্পৰ্কৰ অনুমতি আছে।

বহিঃসংযোগ

Kembali kehalaman sebelumnya