নহৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ ছত্তীসগঢ় আৰু উৰিষ্যা ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা এটি হলবিক উপগোটৰ ভাষা, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰীৰ লগতে পূৰ্বী ভাৰতীয়-আৰ্য ভাষাগোটৰ এটি ভাগ। এই ভাষা ২০০০ চনত প্ৰায় ২০০০০ লোকে কৈছিল।[2]
তথ্য সংগ্ৰহ