Share to: share facebook share twitter share wa share telegram print page

পৰিমল শুক্লবৈদ্য


পৰিমল শুক্লবৈদ্য
সংসদ, লোকসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ জুন ২০২৪
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী ৰাজদ্বীপ ৰয়
সমষ্টি শিলচৰ (অনুসূচিত জাতি)
কেবিনেট মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
২৪ মে ২০১৬ – ১৪ জুন ২০২৪
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
হিমন্ত বিশ্ব শৰ্মা
Portfolios * মীন, আবকাৰী (২০১৬ পৰা)
  • ৰাজহুৱা কাম বিভাগ(PWD) (২০১৬ – ২০১৮)
  • পৰিৱেশ আৰু বন (২০১৮ – ২০২২)
  • পৰিবহণ (২০২২ পৰা)
পূৰ্বসূৰী বসন্ত দাস (মীন)
অজিত সিং (আবকাৰী)
অজন্তা নেওগ (পি ডব্লিউ ডি)
প্ৰমিলা ৰাণী ব্ৰহ্ম (পৰিৱেশ)
চন্দ্ৰ মোহন পাটোৱাৰী (পৰিবহণ)
সদস্য, অসম বিধানসভা
কাৰ্যকাল
১৯ মে ২০১৬ – ১৪ জুন ২০২৪
পূৰ্বসূৰী গিৰিন্দ্ৰ মল্লিক
সমষ্টি ধলাই (অনুসূচিত জাতি)
কাৰ্যকাল
২০০১ – ২০১১
পূৰ্বসূৰী গিৰিন্দ্ৰ মল্লিক
উত্তৰসূৰী গিৰিন্দ্ৰ মল্লিক
কাৰ্যকাল
১৯৯১ – ১৯৯৬
পূৰ্বসূৰী দিগেন্দ্ৰ পুৰাকায়স্থ
উত্তৰসূৰী গিৰিন্দ্ৰ মল্লিক
ব্যক্তিগত তথ্য
জন্ম ২০ জানুৱাৰী, ১৯৫৮ (৬৬ বছৰ)
ইৰংমাৰা, কাছাৰ, অসম
ৰাষ্ট্ৰীয়তা  ভাৰতবৰ্ষ
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
পেচা ৰাজনীতিবিদ
জীৱিকা সমাজকৰ্মী

পৰিমল শুক্লবৈদ্য (ইংৰাজী: Parimal Suklabaidya) (জন্ম ২০ জানুৱাৰী ১৯৫৮) এজন ভাৰতীয় তথা অসমৰ ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হয়। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী পদত অধিষ্ঠিত হৈ চতুৰ্থবাৰৰ বাবে ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত শিলচৰ সমষ্টিৰ জয়ী হৈ বৰ্তমান লোকসভাৰ সংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। [1][2][3][4][5][6]

তথ্যসূত্ৰ

  1. Rahul Karmakar (24 May 2016), CM Sonowal and his team: Meet the leaders at Assam's helm, Hindustan Times
  2. My Neta Profile
  3. "Members of 14th Assam Legislative Assembly". Assam Legislative Assembly. http://www.assamassembly.gov.in/mla-2016.html। আহৰণ কৰা হৈছে: 13 May 2018. 
  4. Sarbananda Sonowal sworn in as first BJP CM of Assam, Deccan Chronicle, 25 May 2016
  5. One MLA from Barak Valley finds place in first BJP Cabinet in Assam Archived 8 August 2017 at the Wayback Machine, Newsmen, 24 May 2016
  6. India Today (13 July 2024). "Ex-legislators | In the major league now" (en ভাষাত). Archived from the original on 6 August 2024. https://web.archive.org/web/20240806121923/https://www.indiatoday.in/magazine/cover-story/18th-lok-sabha-the-debutants/story/20240722-ex-legislators-in-the-major-league-now-2565848-2024-07-13। আহৰণ কৰা হৈছে: 6 August 2024. 
Kembali kehalaman sebelumnya