Share to: share facebook share twitter share wa share telegram print page

বাবৰ


মিৰ্জা জহিৰউদ্দিন মুহাম্মদ বাবৰ
ظهیرالدین محمد بابر
সুলতানুল আজম ওয়াল খাকান
আল-কুকাৰাম
বাদশাহ
গাজী
ভাৰতৰ সম্ৰাট

বাবৰৰ প্ৰতিকৃতি
১ম মোগল সম্ৰাট
ৰাজত্ব ২৭ এপ্ৰিল ১৫২৬ – ৫ জানুৱাৰী ১৫৩১
উত্তৰাধিকাৰী হুমায়ুন, আকবৰ, জাহাংগীৰ, ছাহজাহান, ঔৰংজেৱ
সন্তান
হুমায়ুন (পুত্ৰ)
কামৰান (পুত্ৰ)
আসকাৰী (পুত্ৰ)
হিন্দাল (পুত্ৰ)
বাৰবুল (পুত্ৰ)
ফাৰুক (পুত্ৰ)
শাহৰুখ (পুত্ৰ)
চুলতান আহমদ (পুত্ৰ)
আলোৱাৰ (পুত্ৰ)
গুলবদন বেগম (কন্যা)
মেহেৰজান বেগম (কন্যা)
ঈশান বেগম (কন্যা)
মাচুমা বেগম (কন্যা)
গুলগাদাৰ বেগম (কন্যা)
গুলৰঙ বেগম (কন্যা)
গুলচেহাৰা বেগম (কন্যা)
সম্পূৰ্ণ নাম
মিৰ্জা জহিৰ উদ্-দিন মুহাম্মদ বাবৰ
ظهیرالدین محمد بابر
মাতৃ কুতলুক নিগাৰ খানম
পিতৃ উমৰ শেখ মিৰ্জা দ্বিতীয়, ফাৰগনাৰ আমীৰ
জন্ম ১৪ ফেব্ৰুৱাৰী, ১৪৮৩
আন্দিজান
মৃত্যু ৫ জানুৱাৰী, ১৫৩১ (৪৭ বছৰ)
আগ্ৰা
সমাধিস্থল ১৫৩১
বাগ-ই-বাবৰ

মিৰ্জা জাহিৰুদ্দিন মহম্মদ বাবৰ আছিল মধ্য এছিয়াৰ এজন বিখ্যাত মুছলমান সম্ৰাট আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। [1] তেওঁক সাধাৰণতে বাবৰ বুলি জনা যায়। ১৪৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত বৰ্তমানৰ উজবেকিস্তানত তেওঁ জন্মগ্ৰহণ কৰে আৰু তেওঁৰ মৃত্যু হয় ১৫৩০ চনৰ ২৬ ডিচেম্বৰত। তেওঁ প্ৰথম পানীপথৰ যুদ্ধত দিল্লীৰ লোডী বংশৰ শেষ চুলতান ইব্ৰাহিম লোডীক পৰাস্ত কৰি দিল্লী দখল কৰি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। [2] তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মিৰ্জা হুমায়ুনে সিংহাসনত আৰোহণ কৰে।

পটভূমি

সামৰিক জীৱন

বংশানুক্ৰম

ভাৰত অভিযান

তথ্যসূত্ৰ

  1. EB (1878).
  2. Robert L. Canfield, Robert L. (1991). Turko-Persia in historical perspective, Cambridge University Press, p.20.
Kembali kehalaman sebelumnya