Share to: share facebook share twitter share wa share telegram print page

মানৱ আৰু দানৱ

মানৱ আৰু দানৱ
Manav Aru Danav
পৰিচালক ইন্দুকল্প হাজৰিকা
চিত্ৰনাট্য ইন্দুকল্প হাজৰিকা
প্ৰযোজক কাশীপ্ৰসাদ বিহানী
অভিনয়ত বিজয় শঙ্কৰ
বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী অনিল গুপ্ত, জ্যোতি লাহা
সম্পাদনা ৰাস বিহাৰী সিনহা
সংগীত পৰিচালক জীতু-তপন
মুক্তি
২৬ ফেব্ৰুৱাৰী ১৯৭১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মানৱ আৰু দানৱ (ইংৰাজী: Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। সংলাপ ৰচনা কৰিছিল নাট্যসম্ৰাট প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।[1][2]

অভিনয় শিল্পী

সঙ্গীত

ছবিৰ সঙ্গীত জীতু-তপন। গীত লিখিছে নুৰুল হক আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে। মুঠ গীত সাতটা। ইয়াৰে এটা হিন্দী ভাষাৰ গীত।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "ঘৰ ভাঙিলেও মন নাভাঙিবি সাধু সন্তই কয়"  নুৰুল হকঅপূৰ্ব দাস  
2. "একে একে দুই হ’লে দুয়ে দুয়ে কি, চাৰি"  নিৰ্মল প্ৰভা বৰদলৈআৰতি মুখাৰ্জী  
3. "কি মোক নালাগে, মৰম নালাগে, যোৱাগে’ বুলিছা যাওঁ"  নিৰ্মল প্ৰভা বৰদলৈদ্বীপেন বৰুৱা, আৰতি মুখাৰ্জী  
4. "মনেমনে তুমি কাক মন যাচিবা"  নুৰুল হকদ্বীপেন বৰুৱা, বনশ্ৰী সেনগুপ্ত  
5. "পূৰ্বভাৰতীৰ দৃপ্ত কণ্ঠত শুনা নতুনৰে গান"  নুৰুল হকশ্যামল মিত্ৰ  
6. "কোই যাওৰে ওনকো লাওৰে, বালমা আওৰে সজনা আওৰে"  নুৰুল হকআৰতি মুখাৰ্জী  
7. "মই কোন, এই চহৰৰ মাস্তানা মই"  নুৰুল হকদ্বীপেন বৰুৱা  

তথ্য উৎস

  1. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 173. 
  2. "Released Assamese Feature Films". www.enajori.com. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589। আহৰণ কৰা হৈছে: 29 May 2020. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 145. 
Kembali kehalaman sebelumnya