Share to: share facebook share twitter share wa share telegram print page

 

মাৰাঠী ভাষা দিৱস

মাৰাঠী ভাষা দিৱস (ইংৰাজী: Marathi Language Day, মাৰাঠী: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।[1][2]

তথ্য সংগ্ৰহ

বহিঃ সংযোগ

অভিধানসমূহ
Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya