Share to: share facebook share twitter share wa share telegram print page

অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

অসমৰ লোকসভা সমষ্টিসমূহ

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ, ইয়াৰ সদস্যসকলক সাংসদ বোলে (MP)। প্ৰতিজন সাংসদে এটা নিৰ্দিষ্ট ভৌগোলিক সমষ্টিক প্ৰতিনিধিত্ব কৰে। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতি জন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫ জন সদস্য আছে।

অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

সমষ্টি
নং
সমষ্টিৰ নাম সংৰক্ষণ স্থিতি
(অনুসূচিত জাতি/অনুসূচিত জনজাতি/নাই)
পূৰ্ৱৰ নাম
কোকোৰাঝাৰ অনুসূচিত জনজাতি কোকোৰাঝাৰ (অনুসূচিত জনজাতি)
ধুবুৰী নাই ধুবুৰী
বৰপেটা নাই বৰপেটা
দৰং–ওদালগুৰি নাই মঙ্গলদৈ
গুৱাহাটী নাই গুৱাহাটী
ডিফু অনুসূচিত জনজাতি স্বায়ত্ত্ব শাসিত জিলা (অনুসূচিত জনজাতি)
কৰিমগঞ্জ অনুসূচিত জাতি কৰিমগঞ্জ (অনুসূচিত জাতি)
শিলচৰ নাই শিলচৰ
নগাঁও নাই নগাঁও
১০ কাজিৰঙা নাই কলিয়াবৰ
১১ শোণিতপুৰ নাই তেজপুৰ
১২ লখিমপুৰ নাই লখিমপুৰ
১৩ ডিব্ৰুগড় নাই ডিব্ৰুগড়
১৪ যোৰহাট নাই যোৰহাট
Kembali kehalaman sebelumnya