Share to: share facebook share twitter share wa share telegram print page

ধুবুৰী (লোকসভা সমষ্টি)


ধুবুৰী লোকসভা সমষ্টি (ইংৰাজী: Dhubri Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধান সভাৰ সমষ্টিসমূহ

ধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

লোক সভাৰ সদস্য

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫১ আমজাদ আলি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৫৭ আমজাদ আলি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৬২ গিয়াছুদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ জাহানুদ্দিন আহমেদ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৭১ মইনুল চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ আহমেদ হুচেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪ আব্দুল হামিদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ নুৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ নুৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৯৮ আব্দুল হামিদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ১৯৯৯ আব্দুল হামিদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০০৪ আনোৱাৰ হুচেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ ২০০৯ বদৰুদ্দিন আজমল এ আই ইউ ডি এফ
১৪ ২০১৪ বদৰুদ্দিন আজমল এ আই ইউ ডি এফ
১৫ ২০১৯ বদৰুদ্দিন আজমল এ আই ইউ ডি এফ
১৬ ২০২৪ ৰকিবুল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ [2]

লগতে চাওক

তথ্য সংগ্ৰহ

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232549/http://eciresults.nic.in/ConstituencywiseS034.htm?ac=4। আহৰণ কৰা হৈছে: 7 জুন 2014. 
Kembali kehalaman sebelumnya