এছিয়া
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে। ক্ষেত্ৰ
দেশৰ সূচী
ৰাষ্ট্ৰসংঘৰ পৰা স্বীকৃতি নোপোৱা দেশসমূহ: তথ্যসূত্ৰ
|