hif
fiji1242
ফিজি হিন্দী ভাষা (ৰোমান হিন্দী ভাষাত: Fiji Hindi; হিন্দী ভাষাত: फिजी हिन्दी) - এই ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজিৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে। ভাৰতবৰ্ষত প্ৰচলিত ফিজি হিন্দীৰ উপভাষাটো ভোজপুৰীৰ লগতে বিহাৰী আদি অন্যান্য নামেৰে পৰিচিত।
অসমীয়া • উৰ্দু • ওড়িয়া • ককবৰক • কঙ্কণী • কন্নড় • কাশ্মিৰী • খাছী • গাৰো • গুজৰাটী • চাঁওতালি • ডোগ্ৰী • তামিল • তেলুগু • নেপালী • পঞ্জাবী • বঙালী • বড়ো • মাৰাঠী • মালয়ালম • মিজো • মৈতৈ (মণিপুৰী) • মৈথিলী • সংস্কৃত • সিন্ধী • হিন্দী