Share to: share facebook share twitter share wa share telegram print page

বিলাসীপাৰা

বিলাসীপাৰা
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
অসমৰ জিলাসমূহ ধুবুৰী জিলা
উচ্চতা
২৬ m (85 ft)
জনসংখ্যা
 (২০০১)
 • মুঠ ৩১০৯০

বিলাসীপাৰা (IPA: ˈbɪlɑːsɪˌpɑːrə) (ইংৰাজী: Bilasipara) অসমধুবুৰী জিলাত অৱস্থিত এখন ঠাই৷

ইতিহাস

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে বিলাসীপাৰা 26°14′N 90°14′E / 26.23°N 90.23°E / 26.23; 90.23.[1]ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২৬ মিটাৰ (৮৫ফুট)

আন্ত:গাথঁনি

২০১১ চনৰ লোকপিয়ল অনুসৰি বিলাসীপাৰাৰ মুঠ জনসংখ্যা ৩১,০৯০ জন[2] ৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ৷

বিলাসীপাৰাৰ গড় সাক্ষৰতাৰ হাৰ ৬৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৪৭% আৰু ৬২%৷

যাতায়ত ব্যৱস্থা

শিক্ষা

বিলাসীপাৰা মহাবিদ্যালয়

বিদ্যালয়-

  • ৰোকা খাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিলাসীপাৰা
  • শংকৰদেব শিশু নিকেতন, বিলাসীপাৰা
  • টাউন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • বিলাসীপাৰা মহাবিদ্যালয়
  • বি এম মহাবিদ্যালয়
  • বিলাসীপাৰা পাবলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ৰাজনীতি

বিলাসীপাৰা ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[3]

উল্লেখযোগ্য ব্যক্তি

উল্লেখযোগ্য স্থান

  • গান্ধীচক (পুলিশ পয়েন্ট)

তথ্যসূত্ৰ

Kembali kehalaman sebelumnya