বৌদ্ধ ধৰ্মগৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হীনযান বা থেৰবাদ (সংস্কৃত ভাষাত: স্থবিৰবাদ)। দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান বা তান্ত্ৰিক মতবাদটো মহাযানৰ এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আৰু কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে।
ব্যুৎপত্তি
আক্ষৰিক অৰ্থত "বুদ্ধ" বুলিলে একজন জ্ঞানপ্ৰাপ্ত, উদ্বোধিত, জ্ঞানী, জাগৰিত মানুহকে বুজায়। উপাসনাৰ মাধ্যমৰে উদ্ভাসিত আধ্যাত্মিক উপলব্ধি আৰু পৰম জ্ঞানকে বোধি বোলা হয় (যিজোপা অশ্বত্থ গছৰ তলত তপস্যা কৰি বুদ্ধদেৱে বুদ্ধত্ব লাভ কৰিছিল সেই জোপা গছৰ নাম আছিল বোধি বৃক্ষ)। সেই অৰ্থত যি কোনো মানুহেই বোধপ্ৰাপ্ত, উদ্বোধিত আৰু জাগৰিত হৱ পাৰে। গৌতম বুদ্ধ বা সিদ্ধাৰ্থ গৌতম সেইযুগৰ তেনে এজন "বুদ্ধ"।
তেওঁৰ জন্মৰ ৭ দিন পিছতেই মাতৃ, ৰানী মাহামায়াৰ মৃত্যু হয়। তেওঁৰ জন্মৰ পিছৰছোৱা জনৈক মুনি এজন কপিলাবাস্তু নগৰীলৈ আহি সিদ্ধাৰ্থক দেখি ভৱিষ্যতবাণী কৰে যে,সিদ্ধাৰ্থ ভবিষ্যতে এজন দশোদিশ বিজয়ী ৰজা আৰু লগতে মহান মানৱ হৱ।
বৌদ্ধ দৰ্শন
বৌদ্ধ দৰ্শনৰ উৎপত্তি গৌতম বুদ্ধৰ মতবাদৰপৰা হৈছে। পাতনিৰেপৰাই বৌদ্ধ ধৰ্মত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কেইটামান ৰক্ষণশীল দাৰ্শনিক মতবাদৰ বিৰোধিতা কৰি বৌদ্ধ দৰ্শনৰ সৃষ্টি হৈছিল। বুদ্ধই অস্তিত্বৰ (being) ধাৰণাক অনৈদ্দেশ্যিক বুলি কৈছিল, কাৰণ এই ধাৰণাত অস্তিত্বক এক প্ৰামাণ্য ধৰাণা বুলি গণ্য কৰা হৈছিল। এই মূল সিদ্ধান্তৰ ওপৰতে বৌদ্ধ দৰ্শন প্ৰতিষ্ঠিত হৈছে।
ভাৰতীয় দৰ্শনৰ 'কৰ্ম'ৰ ধাৰণা ('কাৰ্য্য আৰু ফলাফল' (cause and effect): প্ৰতিটো হৈ যোৱা কাম আৰু কৰিবলগীয়া কামৰ মাজত সম্বন্ধ থাকে) বৌদ্ধ দৰ্শনতো বিদ্যমান। প্ৰতিটো ঘটনাই আগতে সংঘটিত কৰা অন্য কাৰ্যৰ ফলাফল। কিন্তু বৌদ্ধ মতবাদত 'অজৰ-অমৰ, স্থায়ী' আত্মাৰ কথা স্বীকাৰ কৰা নহয়। [উদ্ধৃতিৰ প্ৰয়োজন]
বুদ্ধৰ দৰ্শনৰ প্ৰধান অংশ হৈছে দুখৰ কাৰণ আৰু সেইবোৰ আতৰোৱাৰ উপায়। বাসনা সকলো দুখৰ মূল। বুদ্ধৰ মতে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তিয়েই হৈছে প্ৰধান লক্ষ্য। এইটোকে নিৰ্বাণ বোলা হয়। নিৰ্বাণ শব্দৰ আক্ষৰিক অৰ্থ হৈছে বিলুপ্তি, বিলয়, অৱসান। এই সম্বন্ধে বুদ্ধদেৱৰ চাৰিটা উপদেশ যিটো আৰ্যসত্য (পালিঃ চত্বাৰি আৰ্য সত্যানি) নামে পৰিচিত। তেখেতে অষ্টবিধ উপায়ৰ মাধ্যমৰে মধ্যপন্থা অৱলম্বনৰ ওপৰতবিশেষ গুৰুত্ব দিছিল।
Bechert, Heinz & Richard Gombrich (ed.) (1984). The World of Buddhism, Thames & Hudson.
Buswell, Robert E. (ed.) (2003). Encyclopedia of Buddhism. MacMillan Reference Books. ISBN978-0028657189.
Coogan, Michael D. (ed.) (2003). The Illustrated Guide to World Religions. Oxford University Press. ISBN1-84483-125-6.
Cousins, L. S. (1996). "The Dating of the Historical Buddha: A Review Article". Journal of the Royal Asiatic Society খণ্ড Series 3 (6.1): 57–63. http://indology.info/papers/cousins/। আহৰণ কৰা হৈছে: 2007-07-11.; reprinted in Williams, Buddhism, volume I; NB in the online transcript a little text has been accidentally omitted: in section 4, between "... none of the other contributions in this section envisage a date before 420 B.C." and "to 350 B.C." insert "Akira Hirakawa defends the short chronology and Heinz Bechert himself sets a range from 400 B.C."
Davidson, Ronald M. (2003). Indian Esoteric Buddhism: A Social History of the Tantric Movement. প্ৰকাশক New York: Columbia University Press. ISBN0231126190.
de Give, Bernard (2006). Les rapports de l'Inde et de l'Occident des origines au règne d'Asoka. Les Indes savants. ISBN2846540365.
Donath, Dorothy C. (1971). Buddhism for the West: Theravāda, Mahāyāna and Vajrayāna; a comprehensive review of Buddhist history, philosophy, and teachings from the time of the Buddha to the present day. Julian Press. ISBN0-07-017533-0.
Embree, Ainslie T. (ed.), Stephen N. Hay (ed.), Wm. Theodore de Bary (ed.), A.L. Bashram, R.N. Dandekar, Peter Hardy, J.B. Harrison, V. Raghavan, Royal Weiler, and Andrew Yarrow (1958; 2nd ed. 1988). Sources of Indian Tradition: From the Beginning to 1800 (vol. 1). NY: Columbia U. Press. ISBN 0-231-06651-1.
Gombrich, Richard F. (1988; 6th reprint, 2002). Theravāda Buddhism: A Social History from Ancient Benares to Modern Colombo (London: Routledge). ISBN 0-415-07585-8.
Gyatso, Geshe Kelsang. Introduction to Buddhism: An Explanation of the Buddhist Way of Life, Tharpa Publications (2nd. ed., 2001, US ed. 2008) ISBN 978-0-9789067-7-1
Harvey, Peter (1990). An Introduction to Buddhism: Teachings, History and Practices. Cambridge University Press. ISBN0-52-131333-3.
Hill, John E. (2009) Through the Jade Gate to Rome: A Study of the Silk Routes during the Later Han Dynasty, 1st to 2nd Centuries CE. BookSurge, Charleston, South Carolina. ISBN 978-1-4392-2134-1.
Indian Books Centre. Bibliotheca Indo Buddhica Series, Delhi.
Juergensmeyer, Mark (2006). The Oxford Handbook of Global Religions. Oxford Handbooks in Religion and Theology. Oxford University Press. ISBN978-0195137989.
Keown, Damien and Charles S Prebish (eds.) (2004). Encyclopedia of Buddhism (London: Routledge). ISBN 978-0-415-31414-5.
Kohn, Michael H. (trans.) (1991). The Shambhala Dictionary of Buddhism and Zen. Shambhala. ISBN0-87773-520-4.
Lamotte, Étienne (trans. from French) (1976). Teaching of Vimalakirti. trans. Sara Boin. প্ৰকাশক London: Pali Text Society. XCIII. ISBN0710085400.
Lowenstein, Tom (1996). The Vision of the Buddha. Duncan Baird Publishers. ISBN1-903296-91-9.
Morgan, Kenneth W. (ed), The Path of the Buddha: Buddhism Interpreted by Buddhists, Ronald Press, New York, 1956; reprinted by Motilal Banarsidass, Delhi; distributed by Wisdom Books
Nattier, Jan (2003). A Few Good Men: The Bodhisattva Path according to The Inquiry of Ugra (Ugrapariprccha). University of Hawai'i Press. ISBN0-8248-2607-8.
Ranjini. Jewels of the Doctrine. Sri Satguru Publications. ISBN0791404900.
Robinson, Richard H. and Willard L. Johnson (1970; 3rd ed., 1982). The Buddhist Religion: A Historical Introduction (Belmont, California: Wadsworth Publishing). ISBN 0-534-01027-X.
Ito, Shinjo (2009). Shinjo:Reflections. Somerset Hall Press. ISBN1935244000.
Sinha, H.P. (1993). Bhāratīya Darshan kī rūprekhā (Features of Indian Philosophy). Motilal Banarasidas Publ.. ISBN81-208-2144-0.
White, Kenneth (2005). The Role of Bodhicitta in Buddhist Enlightenment Including a Translation into English of Bodhicitta-sastra, Benkemmitsu-nikyoron, and Sammaya-kaijo. The Edwin Mellen Press.ISBN 0-7734-5985-5.
Williams, Paul (1989). Mahayana Buddhism: the doctrinal foundations. প্ৰকাশক London: Routledge. ISBN0415025370.
Williams, Paul (ed.) (2005). Buddhism: Critical Concepts in Religious Studies, 8 volumes, Routledge, London & New York.
Williams, Paul with Anthony Tribe (2000). Buddhist Thought (London: Routledge). ISBN 0-415-20701-0. Retrieved 29 Nov 2008 from "Google Books".
Yamamoto, Kosho (translation), revised and edited by Dr. Tony Page. The Mahayana Mahaparinirvana Sutra. (Nirvana Publications 1999-2000).
Yin Shun, Yeung H. Wing (translator) (1998). The Way to Buddhahood: Instructions from a Modern Chinese Master. Wisdom Publications.ISBN 0-86171-133-5.
Zürcher, E. (1972). The Buddhist Conquest of China. Leiden. E. J. Brill. First published in 1959.