Share to: share facebook share twitter share wa share telegram print page

পাণ্ডৱ

দ্ৰৌপদী আৰু পাণ্ডৱসকলে শিৱক পূজা কৰি থকা দৃশ্য

পাণ্ডৱ (সংস্কৃত: पाण्डव) হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয়৷ তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক হস্তিনাপুৰৰ ৰজা পাণ্ডু আৰু তেওঁৰ দুই পত্নী কুন্তী আৰু মাদ্ৰীৰ পুত্ৰ আছিল। পাঁচ পাণ্ডৱৰ পত্নী আছিল দ্ৰৌপদী; ইয়াৰোপৰি যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল দেৱীকা, ভীমৰ আৰু দুগৰাকী পত্নী আছিল ভালন্ধৰা আৰু হিড়িম্বী; অৰ্জুনৰ আৰু ৩ গৰাকী পত্নী আছিল, নাম উলূপী, চিত্ৰাংগদা আৰু সুভদ্ৰা

ব্যুৎপত্তি

পাণ্ডৱ কনিষ্ঠ ভাতৃ সহদেৱৰ চিত্ৰ জাভানীজ ৱেয়াং ৰূপত

'পাণ্ডৱ' শব্দটি 'পাণ্ডু' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল “পাণ্ডুৰ বংশধৰ।” পাণ্ডৱৰ বিশেষণসমূহ হ’ল-[1]

পঞ্চপাণ্ডৱ

দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱ

তথ্য সংগ্ৰহ

  1. Bonnefoy, Yves. Asian Mythologies. translated under the direction of Wendy Doniger. Chicago and London: The University of Chicago Press. 1993. pp. 180-183. আই.এচ.বি.এন. 0-226-06456-5

বাহ্যিক সংযোগ

Kembali kehalaman sebelumnya