|
This article has multiple issues. Please help improve it or discuss these issues on the talk page. |
| |
ভীম (সংস্কৃত: भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।
পিতৃ-মাতৃ
পাণ্ডু আৰু কুন্তী ভীমৰ পিতৃ মাতৃ।
অন্য নাম
ভীম শব্দৰ সংস্কৃত অৰ্থ হৈছে ভয়ংকৰ। তেওঁৰ প্ৰকাণ্ড শৰীৰৰ বাবে তেওঁৰ এই নাম আছিল। তেওঁৰ অন্যান্য নামসমূহ হ’ল- ভীমসেন, বৃকোদৰ, গদাধৰ, জৰাসন্ধজিত, হিৰিম্বাভিদ, কীচকজিত, জিহ্মায়াধীন, বল্লভ।
তথ্যসূত্ৰ