০ জানুৱাৰী
০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম।
পঞ্জিকাত ব্যৱহাৰ
- কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়। এনেদৰে পঞ্জিকাৰ আৰম্ভণিৰ পূৰ্ৱবতী বৰ্ষৰ যিকোনো তথ্য এৰাই চলা হয় যদিও ই পূৰ্ৱবতী বৰ্ষৰ ৩১ ডিচেম্বৰ দিনটোৱেই হয়।
- পঞ্জিকাৰ ছেকেণ্ড সময়ৰ বাবে ০ জানুৱাৰীৰ উদ্ভৱ হয়, "পঞ্জীকাৰ সময় ১৯০০ চনৰ ০ জানুৱাৰীৰ ১২ বজাত"।[1] ১৯০০ চনৰ ০ জানুৱাৰী (গ্ৰীণউইছ মান দুপৰীয়া)ৰ সময় নিউকম্বৰ সৌৰ সাৰণিয়েও (Newcomb's Tables of the Sun) ব্যৱহাৰ কৰে, যি বিকল্পিত জুলিয়ান দিৱসৰ (Dublin Julian day) সময় হিচাপে পৰিণত হয়।[2]
প্ৰযুক্তিবিদ্যাত
৩০ ফেব্ৰুৱাৰী
৩১ ফেব্ৰুৱাৰী
০ মাৰ্চ
৩৫ মে'
৩১ জুন
৩২ ডিচেম্বৰ
তথ্য সংগ্ৰহ