Share to: share facebook share twitter share wa share telegram print page

২৭ ছেপ্টেম্বৰ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২৭ ছেপ্টেম্বৰ (ইংৰাজী: 27 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭০তম (অধিবৰ্ষত ২৭১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৫টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১২৯০ - চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।
  • ১৭৬০ - মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়।
  • ১৮২৫ - ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।
  • ১৯৫৮ - ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
  • ১৯৯৬ - তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল।
  • ২০০৩ - প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিক্ল’ন সম্পন্ন হয়।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

  1. https://en.wikipedia.org/wiki/Agust%C3%ADn_de_Iturbide
Kembali kehalaman sebelumnya