২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।
ঘটনাৱলী
জন্ম
মৃত্যু
- ১৮৮৩ - কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
- ১৯৭৪ - জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
- ১৯৮০ - উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
- ১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
- ২০০৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।
দিৱস
বাহ্যিক সংযোগ
তথ্যসুত্ৰ
- ↑ Sarma, Kokil (JULY 24, 2021). "Mirabai Chanu: উত্তৰ পূবেই নহয় সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অহা ইম্ফলৰ মীৰাবাই চানুৰ বিষয়ে আপুনি নজনা বহু কথা". NEWS18 ASSAM. প্ৰকাশক Assam. https://assam.news18.com/news/lifestyle/mirabai-chanu-profile-know-all-about-manipur-weight-lifter-who-wins-silver-at-tokyo-133907.html.