Share to: share facebook share twitter share wa share telegram print page

 

তিনিচুকীয়া

তিনিচুকীয়া
চহৰ
তিনিচুকীয়া পুখুৰীৰ এজ দৃশ্য
তিনিচুকীয়া পুখুৰীৰ এজ দৃশ্য
দেশ  ভাৰত
ৰাজ্যসমূহ অসম
জিলা তিনিচুকীয়া
উচ্চতা
১১৬ মিটাৰ (৩৮১ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
1,08,123

তিনিচুকীয়া (ইংৰাজী: Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিষ্ঠাৰ পাছত চহৰখনৰ প্ৰভুত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।




আলোকচিত্ৰ ভঁৰাল





তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya